Songtexte.com Drucklogo

Sup Thak Sup Thak Songtext
von Zubeen Garg

Sup Thak Sup Thak Songtext

চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে


ইটো নাই, সিটো নাই
বজাৰৰে তালিকা দীঘলিয়া
অ′ দীঘলিয়া
জুৰাব নোৱাৰোঁ
গাঠিটো মোৰ ধনে নাই সাঁচতীয়া
অ' সাঁচতীয়া
ঘট গচকা দিনা
কথা দিচিলি কিয়
দুখে সুখে মোৰ
হ′বিহি লগৰীয়া
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
অ' চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে


এচিকুট মৰম লৈ
হেৰা বুলি মাতিবলৈ নিসিকিলি
তই নিসিকিলি
দহোটি বছৰে বাহিৰে ভিতৰে
কেটেৰা মাৰিলি
কেটেৰা মাৰিলি
ছোৱালী কালৰে কথা
পিৰিটিৰে সেই বেথা
মোলৈ মৰো মৰো মন
তোৰ ক'তে এৰিলি
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
অ′ চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Wer besingt den „Summer of '69“?

Fans

»Sup Thak Sup Thak« gefällt bisher niemandem.