Songtexte.com Drucklogo

Rati Rati Songtext
von Zubeen Garg

Rati Rati Songtext

ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে
পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে
তোমাৰ কথা ভাবি তোমালে′ লৰ মাৰে

নাজানো ক'ত তুমি থাকা
নাজানো মই ক′ত থাকোঁ
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত
ৰাতি ৰাতি শুই মোৰ সপোনবোৰ
খেদি খেদি মোক আকৌ শুই পৰে

নিথৰ ৰাতি তোমাৰ বুকুত
শব্দ শুনো মই
তুমি চাগে এনেকুৱাই
এন্ধাৰ পথত জোনাক ৰাতি
খোজে খোজে মই
তুমি চাগে এনেকুৱাই


নাজানো ক'ত তুমি থাকা
নাজানো ক'ত মই থাকোঁ
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত
ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে

দুখৰ বিষৰ চেনেহবোৰো
উবুৰিয়াই দিয়াঁ
তুমিতো এনেকুৱাই
বোকাত পদুম ফুলাৰ দৰেই
জুবুৰিয়াই দিয়াঁ
ফুলি আছোঁ তেনেকুৱাই

নাজানো ক′ত তুমি থাকা
নাজানো মই ক′ত থাকোঁ
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত
ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে

নাজানো ক'ত তুমি থাকা
নাজানো মই ক′ত থাকোঁ
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজকে
ৰাতি ৰাতি শুই মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Cro nimmt es meistens ...?

Fans

»Rati Rati« gefällt bisher niemandem.