Songtexte.com Drucklogo

Mitha Mitha Kothare Songtext
von Zubeen Garg

Mitha Mitha Kothare Songtext

মিঠা মিঠা কথাৰে মন ভুলালি
লাহে লাহে আহি মোৰ আপোন হ′লি ঐ
সপোনা]ৰ কাৰেঙত আছ যে উমলি
তই ন'হলে আজি একোৱেই ভাল নালাগে মোৰ
মিঠা মিঠা কথাৰে মন ভুলালি
লাহে লাহে আহি মোৰ আপোন হ′লি ঐ


অ' লৈ যা লৈ যা মোকো লগতে লৈ যা
তই নাথাকিলে আজি মই আধৰুৱা
আপোন মোৰ কলিজা তোৰে ঐ পদুলিত
এৰি থৈ আহিছো কোনেও নেদেখাকৈ
বুটলি ৰাখি থ নিজৰ কৰি সাৱতি ল

কপাহি কোমল তোৰ আঙুলিৰ বোল
দে আহি বুলাই দেহা শাত পৰি ৰওক মোৰ
হেপাহো নপলাই চায়েই থাকিম যেন তোক
এনে লাগে কিয় দি দিও মোৰ সকলো
তোকে ঐ উজাৰি নাথাকক একো বাকি মোৰ
মিঠা মিঠা কথাৰে মন ভুলালি
লাহে লাহে আহি মোৰ আপোন হ'লি ঐ

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Fans

»Mitha Mitha Kothare« gefällt bisher niemandem.