Songtexte.com Drucklogo

Ki Naam Songtext
von Zubeen Garg

Ki Naam Songtext

কি নাম সুধিবৰ মন যায়
ঠিকনা জানিবৰ মন যায়
কি নাম সুধিবৰ মন যায়
ঠিকনা জানিবৰ মন যায়
সোণ ৰ′দ, ৰ'দে ৰূপ জিলিকিছে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ ঘুৰি মোৰ পিনে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ মাথোঁ মোলে
কি নাম সুধিবৰ মন যায়
ঠিকনা জানিবৰ মন যায়


লিহিৰী লিহিৰী হা:
খাছ্ খাৰু জিলিকে তাত
সোঁঠ ৰঙে ৰঙা ৰঙা হৈ
মনত আহুল মোৰ লগাই অই
না-না-না-না
না-না-না-না
লিহিৰী লিহিৰী হা:
খাছ্ খাৰু জিলিকে তাত
সোঁঠ ৰঙে ৰঙা, ৰঙা হৈ
মনত আহুল মোৰ লগাই অই
আলফুলে বতাহীহে
চুলি কুচা চুই আঁতৰে
আলফুলে বতাহীহে
চুলি কুচা চুই আঁতৰে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ ঘুৰি মোৰ পিনে
চাওঁ নেচাও কৰা দুচকুৰে

চোৱা এবাৰ ঘুৰি মাথোঁ মোলে

মেঘে মেঘ হেঙুন
সূৰুৰ্যে বোলালে
তোমাৰো দুয়োখনি গালতে
দেখিছোঁ একেই ৰং লাগিছে
না-না-না-না
না-না-না-না
মেঘে মেঘ হেঁঙুন
সূৰুৰ্যে বোলালে
তোমাৰো দুয়োখনি গালতে
দেখিছোঁ একেই ৰং লাগিছে
উৰে মন মোৰো মন উৰে
জোৰে গীত মিঠা গীত জোৰে
উৰে মন মোৰো মন উৰে
জোৰে গীত মিঠা গীত জোৰে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ ঘুৰি মোৰ পিনে
চাওঁ নেচাও কৰা দুচকুৰে
চোৱা এবাৰ মাথোঁ মোলে ।

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Fans

»Ki Naam« gefällt bisher niemandem.