Songtexte.com Drucklogo

Bhoba Kotha Songtext
von Zubeen Garg

Bhoba Kotha Songtext

ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি
ধন জন মিছা মায়া
সপোনৰে মাথো ছাঁয়া
ধন জন মিছা মায়া
সপোনৰে মাথো ছাঁয়া
নাথাকিব একোকে শেষতে
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি


টকা আৰু মান
দিনে ৰাতি কাম
ভুল শুদ্ধ নভবাকৈ
খাব খোজে ধান
বন্ধ চকু কাণ
চিনি পোৱাই টান
মৰিবলে হ′লে চাগে
ল'ব হৰি নাম
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
ধোঁৱা আৰু ধুলিহে শেষতে
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি

বিবেক আৰু প্রাণ
তাতকৈ গুলীৰ দাম
মানুহকৈ কুকুৰে পায়
মৰম আৰু মান
চৰকাৰে গান
মিছা কথাৰ বান
গঢ়িব নতুন অসম
দিব পৰিত্ৰাণ
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
ধোঁৱা আৰু ধুলিহে শেষতে
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Welcher Song kommt von Passenger?

Fans

»Bhoba Kotha« gefällt bisher niemandem.