Songtexte.com Drucklogo

Bhal Pau Ne Songtext
von Zubeen Garg

Bhal Pau Ne Songtext

ভাল পাওঁ নে মোক
কব পাৰিবি নে
তোৰে বুকুখন
নদী নে সাগৰ মোক
এবাৰ জুখিবলে
দিবিনে নিদিবি
কপাহী চাদৰে
ঢাকিব নোৱাৰা
বুকুৰ উঠা নমাবোৰ
দিঠকে সপোনে আহি মোক
অও পগলা কৰিছেহি
পগলা কৰিছেহি
নাই নালাগে ওঁঠত বোল
চকু টানি নিয়া কলাফুল
জানো জানো এইয়াই
যৌৱনৰ ফুল
মই ভূল কৰিছো
চকু আছে দেখিছোঁ
চকু মেলি দেখিছোঁ
তোৰে ৰূপৰে জুই


পগলা কৰিছেহি
পগলা কৰিছেহি
জোৰা পাভ-জোৰা
হব তোৰে মোৰে
বিধি পথালি নিদিলে কোনোৱে
ছাৰি আঙুলিয়া
কপালে হে জানে
কিবা লিখা আছে
তোৰে মোৰে জীবনত অও
পগলা কৰিছেহি
অও পগলা কৰিছেহি
ভাল পাওঁ নে মোক সচাই
কব পাৰিবিনে
তোৰে বুকুখন নদী নে সাগৰ
এবাৰ জুখিবলে
দিবিনে নিদিবিনে
অও দিবিনে নিদিবিনে
কপাহী চাদৰে
ঢাকিব নোৱাৰ
বুকুৰ উঠা নমাবোৰ
দিঠকে সপোনে আহি মোক
অও পগলা কৰিছেহি
পগলা কৰিছেহি

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Cro nimmt es meistens ...?

Fans

»Bhal Pau Ne« gefällt bisher niemandem.