Songtexte.com Drucklogo

Aeri Najabi Songtext
von Zubeen Garg

Aeri Najabi Songtext

এৰি নেজাবি নেজাবি যাবি লগতে মোক লৈ
তই নহলে নহলে হিয়াই নামানে অই
এৰি নেজাবি নেজাবি যাবি লগতে মোক লৈ
তই নহলে নহলে হিয়াই নামানে অই
চেনেহা চেনেহী কেতিয়ানো কৰিবি
লাহেকৈ বুকুৰে কেতিয়ানো হবিহি
মোৰ মনতোলৈ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
কবিতাৰ কথাবোৰ
লিখিব নোৱাৰোঁ
মৌসনা মিঠাকাৰ
শুনাব নোৱাৰোঁ
মাথো খুজিলেই খুজি ছাবি
কলিজা তোৰ হাতত পাবি
মাথো খুজিলেই খুজি চাবি
কলিজা তোৰ হাতত পাবি
এশাৰী দুশাৰী আগুৱাই আহিছো
তোৰ ঘাটতে নাও লগাব খুজিছোঁ
ল আজৰি অই
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
ইবেলি সিবেলি
পোৱাগৈ গধূলি
ইকাষে সিকাষে
সপোন তোৰ হাবটি
উৰিবলে মন পাখি লগাই
প্ৰেম হবলা এনেকুৱাই
উৰিবলে মন পাখি লগাই
প্ৰেম হবলা এনেকুৱাই
উপৰা উপৰি ভাৱনা আহিলে
ওফৰা ওফৰি কামনা জাগিলে
দুখ নিদিবি অই
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ
অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ অ অ ও ঔ ও ঔ

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Fans

»Aeri Najabi« gefällt bisher niemandem.