Songtexte.com Drucklogo

Aai Mur Aei Songtext
von Zubeen Garg

Aai Mur Aei Songtext

আশা মুৰ আশা
এখনি সৰৱ নৈ
সেই আশা মুৰ আশা
আহিছে ৰাঙলি হৈ
মুৰ গানৰ বহু যুগৰ
সুখ দুখৰ চিনাকি লৈ
মুৰ গানত আছে অনামিকা মায়া
সপুনৰ সুৰৰ নুবুজা আশা
মুৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱাৰ মনৰ জোনাক
জোনাকী মন এটি হৈ লৈ
আহিছিলো মৰমৰে বোজা লৈ
আশা মুৰ আশা
এখনি সৰৱ নৈ
সেই আশা মুৰ আশা


আহিছে ৰাঙলি হৈ
মুৰ গানৰ বহু যুগৰ
সুখ দুখৰ চিনাকি লৈ
মুৰ গানত আছে বৰষা ৰণৰ
সেমেকা শীতৰ ৰ′দালী কোমল
মুৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকু যুৰি ব'ব
সৃষ্টিৰেই অমল বতাহ
আশা মুৰ আশা
এখনি সৰৱ নৈ
সেই আশা মুৰ আশা
আহিছে ৰাঙলি হৈ
মুৰ গানৰ বহু যুগৰ
সুখ দুখৰ চিনাকি লৈ

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Fans

»Aai Mur Aei« gefällt bisher niemandem.