Songtexte.com Drucklogo

Mon Uroniya Pakhi Songtext
von Papon

Mon Uroniya Pakhi Songtext

মন উৰণীয়া পখী
সেৰোৱা ঠিকনা বিচাৰি
পাখী মেলো দুৰ নিলিমলে
দিগন্ত সীমনালে
মন উৰণীয়া পখী
আ,,
উৰি উৰি,, উৰি গধুলি
পাওঁ গৈ মই ঠাই যিখনি
তাতে লও কিচু জিৰনি
নিশাটিৰ হ′ও আলহি
নতুন পুৱাই জগাই দিয়ে
সপোনে আকৈ ৰিঙিয়াই মাতে
মন উৰনিয়া পখী
ত,,


আজি যদি সাগৰে
কাইলৈ মাতে মোক পাহাৰে
চহৰৰ কোলাহলে
গাওঁৰ চহা জীৱনে
সাধৰী মাতে মোক মহাকাশে
জা জা বৰি মন
জা জা বৰি মন
জা জা বৰি মন উৰি ফুৰে
মন উৰণীয়া পখী
সেৰোৱা ঠিকনা বিচাৰি
পাখী মেলো দুৰ নিলিমলে
দিগন্ত সীমনালে
মন উৰণীয়া পখী,,
Presented by- Simanta Xnt

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Beliebte Songtexte
von Papon

Quiz
Welche Band singt das Lied „Das Beste“?

Fans

»Mon Uroniya Pakhi« gefällt bisher niemandem.